ইংৰাজী ৬.৭.২৬ তাৰিখ,এই ঐতিহাসিক দিনটোত সদৌ অসম মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক সমিতিৰ তৃতীয় দ্বী বাৰ্ষিক অভিবৰ্তনত শিৱসাগৰ জিলাৰ সন্মানীয় বিদ্যালয় সমূহৰ পৰিদৰ্শক মহোদয় ডঃ সমীৰণ বৰা ডাঙৰীয়াৰ হাতেৰে www.sivasagarcrcc.in নামেৰে এই ৱেবছাইটো উন্মোচন কৰা হয় ।
On 6 July 2026, this historic day marked the official launch of the website www.sivasagarcrcc.in during the 3rd Biennial Conference of the All Assam Cluster Resource Centre Coordinators' Association. The website was inaugurated by the esteemed Inspector of Schools of Sivasagar District, Dr. Samiran Bora, in the presence of distinguished participants.
Social Plugin